দুটি আখৰ হাততে লৈ, সঁফুৰাত থওঁ। মিলিলেহে শুদ্ধ যোৰ, নতুন যুক্তাক্ষৰ পাওঁ।
Place two letters into the Xophura — only the right pair forms a new conjunct.
আখৰ · Letters
সঁফুৰাThe Xophura
+
+
আখৰত টিপা বা টানি আনা
ফলাফল · Result
শুদ্ধ যোৰ মিলালে ইয়াত দেখা যাব
The new conjunct appears here
উদাহৰণ শব্দ · example words
The new conjunct appears here
আখৰত টিপা মাৰি বা টানি আনি সঁফুৰাত থোৱা। প্ৰথম আখৰটো বহুৱালেই অমিল আখৰবোৰ লাহেকৈ অস্পষ্ট হৈ যাব।
Tap or drag a letter into the Xophura. Placing the first letter fades out the others.
সঁফুৰাই সোধে, সাঁথৰ যুক্তাক্ষৰৰ; ভাবি-চিন্তি লগোৱা, জোৰা আখৰৰ!
এটা খেল বাছি লোৱা! প্ৰতিটো খেলত ১০টাকৈ প্ৰশ্ন থাকিব · Pick a game! Each round has 10 questions.
—
প্ৰশ্ন 0/0
⭐ 0
এই যুক্তাক্ষৰটো সাজা · Build this conjunct
—
আখৰ · Letters
সঁফুৰাThe Xophura
+
+
সহায় · Help
শুদ্ধ আখৰবোৰ টিপা বা টানি আনা।
Tap or drag the right letters.
Tap or drag the right letters.
কোন শব্দটোত এই যুক্তাক্ষৰটো আছে? · Which word contains this conjunct?
—
এই শব্দটোৰ যুক্তাক্ষৰটো বিচাৰি টিপা · Tap the conjunct in this word
কিবা ভুল চকুত পৰিলে অনুগ্ৰহ কৰি 'মতামত' পৃষ্ঠাত জনাওক।
| প্ৰথম First |
দ্বিতীয় Second |
তৃতীয় Third |
সূত্ৰ Formula |
যুক্তাক্ষৰ Conjunct |
উদাহৰণ শব্দ Example words |
|---|
— উদাহৰণ শব্দবোৰ অসমীয়া শিক্ষকৰ সৈতে নিশ্চিত কৰক · Please verify example words with an Assamese teacher.
কোনো ভুল, পৰামৰ্শ বা মতামত থাকিলে আমাক জনাওক।
Let us know if there are any errors, suggestions, or opinions.